অসমান্য দুবৰীৰ জৰীৰে
মেৰিয়াই বান্ধা মোক
পলে পলে প্ৰতিপলে,
প্ৰতিটো উশাহে ঘূৰাই আনে
ফাগুনৰ ধূলিয়ৰী বাট
নঙঠা ডালতো ওলমে কুঁহিপাত,
সেউজ জীপাল মৄন্ময়ী মন
তোমাৰ বাগিচাৰ মুকুতা বন
আৱৰি ৰাখা মোক প্ৰতিক্ষণ !
মেৰিয়াই বান্ধা মোক
পলে পলে প্ৰতিপলে,
প্ৰতিটো উশাহে ঘূৰাই আনে
ফাগুনৰ ধূলিয়ৰী বাট
নঙঠা ডালতো ওলমে কুঁহিপাত,
সেউজ জীপাল মৄন্ময়ী মন
তোমাৰ বাগিচাৰ মুকুতা বন
আৱৰি ৰাখা মোক প্ৰতিক্ষণ !
No comments:
Post a Comment