Sunday, September 30, 2012

ক’লাজ


অনুভৱেৰে  সংপৄক্ত  আবেগৰ  ক’লাজ
 নিভৄত  হৃদয়ৰ  দুখৰীয়া  জলছবি
 জীয়াই  থাকে  পৄথিৱীৰ  প্ৰেমিক
  খোদিত   হয়    জীৱনৰ  জয়গান 


No comments:

Post a Comment